Home assam education অসম চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় (Assam Govt. Ayurvedic College), গুৱাহাটী

অসম চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় (Assam Govt. Ayurvedic College), গুৱাহাটী

3052
0

scientiaeducare22
অসম চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় (Assam Govt. Ayurvedic College), গুৱাহাটী

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় সমগ্ৰ উত্তৰ-পূব ভাৰতৰ আয়ুৰ্বেদিক চিকিৎসাৰ একমাত্ৰ শৈক্ষিক প্ৰতিষ্ঠান। ১৯৪৮ চনত প্ৰতিষ্ঠা লাভ কৰা এই মহাবিদ্যালয়খন জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পথত অৱস্থিত। প্ৰথমতে ই গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত সংযুক্ত আছিল যদিও পিছলৈ শ্ৰীমন্ত শংকৰদেৱ য়ুনিভাৰ্ছিটি অৱ হেল্থ ছায়েঞ্চেছ,অসম প্ৰতিষ্ঠা হোৱাত ২০১০ চনৰ পৰা এই মহাবিদ্যালয় ইয়াৰ অধীনলৈ আহে।

ইতিহাস

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় ভাৰতৰ পৰম্পৰাগত ঔষধ ব্যৱস্থা আয়ুৰ্বেদৰ এক অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান। স্বৰাজোত্তৰ কালত জাতীয়তাবাদী মনোভাৱ আগত ৰাখি অসমৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ,লোকবন্ধু ভূবনেশ্বৰ বৰুৱা আৰু প্ৰতিষ্ঠাপক অধ্যাপক ডা° জগদীশ চন্দ্ৰ ভট্টাচাৰ্যই এই মহাবিদ্যালয় প্ৰতিস্থা কৰে। ১৯৪৮ চনৰ ২০ ডিচেম্বৰত এক ভাড়াঘৰত তদানীন্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় উদ্বোধন কৰে। ইয়াৰ এবছৰ পিছত ই চানমাৰিৰ চৰকাৰী ভৱনলৈ(বৰ্তমানৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ ঠাই) স্থানান্তৰ হয় আৰু জুলাই,১৯৫৯ত ই জালুকবাৰীৰ বৰ্তমানৰ স্থানলৈ স্থায়ী ভাৱে স্থানান্তৰিত হয়। ১৯৬০ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় জালুকবাৰীৰ এই মহাবিদ্যালয়ৰ লগতে জন্মলাভ কৰে আৰু সাত বছৰলৈ এই মহাবিদ্যালয়ৰ ভৱন দুয়োখন বিদ্যালয়ে ভগাই লয়। প্ৰথমতে ই গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত সংযুক্ত আছিল যদিও পিছলৈ শ্ৰীমন্ত শংকৰদেৱ য়ুনিভাৰ্ছিটি অৱ হেল্থ ছায়েঞ্চেছ,অসম প্ৰতিষ্ঠা হোৱাত ২০১০ চনৰ পৰা এই মহাবিদ্যালয় ইয়াৰ অধীনলৈ আহে।

লক্ষ্য আৰু উদ্দেশ্য

স্বাধীনতাৰ আগত লাহোৰ কংগ্ৰেছ অধিবেশনত ভাৰতত ভাৰতীয় ঐতিহ্য সংস্কৃতিৰ লগত জড়িত বৈজ্ঞানিক প্ৰতিস্থান স্থাপন কৰিবলৈ আৰু ভাৰতীয় ঔষধী ব্যৱস্থাক জাতিষ্কাৰ কৰি তুলিবলৈ প্ৰতিখন ৰাজ্যতে একোখনকৈ হ’লেও আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা হয়। চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্ৰতিস্থাপন ইয়াৰেই ফলাফল। এই মহাবিদ্যালয়ৰ লক্ষ্যসমূহ হ’ল: ক) প্ৰণালীগত পদ্ধতিৰে আয়ুৰ্বেদিক শিক্ষাক আগবঢ়াই নিয়া। খ) ঔষধ নিৰ্মানৰ ব্যৱ্হাৰিক গুণৰ প্ৰসাৰৰ লগতে শিক্ষণ আৰু শিকনৰ দ্বাৰা এই আৰোগ্য ব্যৱস্থাৰ জ্ঞান আয়ত্ত্ব কৰি সমগ্ৰ উত্তৰ-পূব ভাৰত্ত বিলাই দিয়া। গ) অসম আৰু উত্তৰ-পূব ভাৰতৰ জনসাধাৰণৰ আৰোগ্য সেৱাত ব্ৰতী হোৱা। ঘ) ব্যৱহাৰিক গুণ থকা ঔষধী উদ্ভিদ সমূহৰ চিনাক্তকৰণ আৰু ৰোপণ ঙ) মহাবিদ্যালয়ৰ লগত সংযুক্ত চিকিত্সালয়ত ৰোগীৰ ৰোগ নিৰাময় চ) ইয়াত থকা ৰাজ্যিক ফাৰ্মাচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক ঔষধ নিৰ্মানৰ জ্ঞান দিয়া।

পাঠ্যক্ৰম

প্ৰথমতে ১৯৭৩ চনলৈ এই মহাবিদ্যালয়ত চাৰে চাৰি বছৰীয়া ডিপ্লোমাৰ সুবিধা আছিল। প্ৰতিবছৰে ২৫ জন শিক্ষাৰ্থী ইয়াত ভৰ্তি হব পাৰিছিল আৰু অসম চৰকাৰে ব’ৰ্ড অৱ আয়ুৰ্বেদ নামৰ এক সমিতি গঠন কৰি দিয়ে যিয়ে মহাবিদ্যালয়ৰ শিক্ষণসূচী,নীতি নিয়ম নিৰ্ণয় আৰু পৰীক্ষা সমূহ আয়োজিত কৰে। তাৰ পিছত ছাত্ৰ,শিক্ষক আৰু কৰ্মচাৰীসকলৰ সহযোগ আৰু জনসাধাৰণৰ দাবীত ইয়াত স্নাতক পৰ্যায়লৈ শিক্ষাদানৰ ব্যৱস্থা কৰা হয় । চাৰে পাঁচ বছৰীয়া স্নাতক পৰ্যায়ৰ শিক্ষাদান আৰম্ভ হোৱাৰ আগেয়ে ১৯৭৪ চনৰ নৱেম্বৰ মাহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ইয়াত দুবছৰীয়া প্ৰাক আয়ুৰ্বেদিক পাঠ্যক্ৰম আৰম্ভ কৰা হয়। ইয়াৰ পিছত ইয়াত দুবছৰীয়া শিক্ষালাভ কৰা সকলে আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে ১৯৭৭ চনত আৰম্ভ হোৱা বি এ এম এছ পাঠ্যক্ৰমত নামভৰ্ত্তি কৰে। ১৯৮৩ চনত প্ৰাক আয়ুবেৰ্দিক গুচাই দিয়া হয় আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত পদাৰ্থ,ৰসায়ন,জীৱবিজ্ঞান আৰু ইংৰাজীত ৫০% নম্বৰ লাভ কৰা সকলে পোনে পোনে এই পাঠ্যক্ৰমত নামভৰ্ত্তি কৰিব পৰা হয়। বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আয়োজিত কৰা সংযুক্ত প্ৰৱেশ পৰীক্ষাত প্ৰাপ্ত নম্বৰ অনুযায়ী এই পাঠ্যক্ৰমৰ প্ৰথম প্ৰফেশ্যনেল বৰ্ষত নাম ভৰ্ত্তি কৰিব পাৰি। প্ৰথমতে ইয়াত মাত্ৰ ২৫ খন আসন আছিল । পিছলৈ আসনৰ সংখ্যা ৩০ খন,১৯৯৫ চনত আসনৰ সংখ্যা ৫০লৈ আৰু ২০১২ চনত ৬০ লৈ বৃদ্ধি পায়। ইয়াৰে ৬ খন আসন উত্তৰপূৰ্বাঞ্চলৰ আন ছখন ৰাজ্যৰ বাবে সংৰক্ষিত আৰু এখন আসন বিদেশী ৰাষ্ট্ৰৰ বাবে সংৰক্ষিত। সমুদায় চাৰে পাঁচ বছৰীয়া এই পাঠ্যক্ৰমে চাৰে চাৰি বছৰ শিক্ষা গ্ৰহণ আৰু এবছৰীয়া বাধ্যতামূলক ইন্টাৰ্নশ্বিপ সামৰি লয়। ইয়াৰ উপৰিও ইয়াত ক)কায়া চিকিত্‍সা খ)সংস্কৃত,সংহিতা আৰু সিদ্ধান্ত বিভাগত স্নাতকোত্তৰ ডিগ্ৰী উপাধি লাভৰো সুবিধা আছে। প্ৰতিটো বিভাগতে ৬টাকৈ আসন থকা স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হব লাগে। ইয়াত দুবছৰীয়া ডি ফাৰ্মা(আয়ু) পাঠ্যক্ৰমৰো সুবিধা আছে।

Introduction

The Government Ayurvedic College is the pioneer institute of Indian system of medicine, in the entire North East India. It was established in the year 1948. The college is situated at Jalukbari, at a distance of 800 meter from the National Highway. Previously the College was affiliated by Gauhati University, Assam and still the old batches of students have been continuing their work under this University. After establishment of Health University in the state, the teaching, research and examination etc. of the College have been brought under Srimanta Sankardeva University of Health Sciences, Assam w.e.f. 2010 and the syllabus & curriculum prescribed by the Central Council of Indian Medicine, the statutory body of Indian System of Medicine, adopted by the University.

Establishment

It was established after independence with a spirit of nationalism by the enthusiastic efforts of our great leaders Lokpriya Gopinath Bordoloi, Lokbandhu Bhuvaneswar Baruah and founder principal Late Dr Jagdish Ch. Bhattacharya. This college was introduced in a rented house at Uzan bazaar on 20th December 1948 by the then Prime Minister of Assam Lokpriya Gopinath Bordoloi. After one year, it was shifted to the government house at Chandmari (the present site of Assam Engineering Institute) and in July 1959 the college was permanently shifted to present site at Jalukbari, Guwahati-14, Assam. In the year 1960, Guwahati Medical Colege took birth in this college at the present jalukbari site. Since then for a period of 7 years, the college building had been shared by both the college.

Function

Before independence the Lahore Congress session passed resolutions to establish Institutions related to Indian culture & heritage and scientific knowledge and to establish at least one or more Ayurvedic College in each of the state of the country in order to foster and patronize the Indian system of medicine. The establishment of Govt. Ayurvedic College at Guwahati(Assam) is also having the aim to serve the following functions.
a) To expand the Ayurvedic Education in systemic way.
b) To spread the practical knowledge for preparation of medicines as well as to acquire clinical knowledge through teaching and study of this ancient science for healing touch to the people of entire NE region of India.
c) To serve the people of Assam and whole NE region in promotive of health and curative aspects.
d) To identify and cultivate medicinal plants and its practical use.
e) The college has its own hospital, functioning with both OPD and IPD section to serve the ailing people.
f) The college has its own manufacturing unit, now it has been upgraded to state pharmacy for preparation of medicines and for practical demonstration to the students

Course and Curriculum

Initially there was 4½ years diploma course which continued up to 1973. The enrolment of students was 25 per year and the Govt. of Assam, constituted a Board i.e. Board of Ayurvedic Medicine, to frame rule-regulation, syllabus, curriculum and also to conduct the examinations. Thereafter with the support of student strength, teachers and employees along with public pressure the college authority introduced degree course and in the(month of November,1974, the two year pre-Ayurvedic course started before the main 5½
year BAMS degree course under Gauhati University, Assam. After two years of introduction of pre-Ayurvedic course, the pre-Ayurvedic passed candidates and the P.U. Sc. (presently HSSLC Science) passed candidates were eligible for admission into the BAMS course which was introduced in the year 1977. In the year 1983, the pre-Ayurvedic course was abolished and HSSLC Science students were admitted directly on the basis of merit having minimum 50% marks in P,C,B&E(Physics, Chemistry, Biology & English). Now the candidates have to appear in a Common Entrance Examination test (CEE,Assam) and according on the basis of merit the students get admission in the B.A.M.S. course. In the time of starting of degree course, there were only twenty enrolment of students and it was increased to 25 and 30 in different year successively and in the year 1995, the intake capacity again increased up to 50, where 6(six) seats were allotted for NE states (1 seat for each state). Recently 1 more seat has been allotted for students from foreign countries. At present four Professional final examinations are being held annually maintaining a duration of 4 years of main course under Srimanta Sankardeva University of Health Sciences, Assam as per C.C.I.M. prescribed syllabus and curriculum, then one year compulsory rotatory internship is necessary to complete the 5 year degree BAMS course.
Two undergraduate departments (1) Kaya chikitsa & (2) Sanskrit Samhita and Siddhanta have been upgraded to PG dept. in the year 2001.and accordingly PG is running in Kaya Chikitsa and Sanskrit Samhita & Siddhanta with intake capacity of 6 for each dept. where eight seats are reserved for the State of Assam including SC, OBC, ST(P), ST(H) reservation. The remaining 4(four) seats are again divided into two category – a) Two seats for NEC sponsored candidate and b) 2(two) seats for the central nominee under Dept. of AYUSH, Govt.of India. In addition to these deperments, The Depertment (3) Roga Nidan is under process to be undergraded to P.G. depertment. Admission into P.G. Dept.,are held on the basis of merit of Entrance Examination.
Moreover the college has been conducting two year D. Pharma (ayu) course since1989 with the intake capacity of 20. The Eligibility for admission into D. Pharm(Ayu) is 10+2 (science stream) qualification on merit basis.

Departments

There were seven departments in the college initially. At present the existing seven departments have been bifurcated into 14 departments vide Govt. notification number No. HLB.222/2003/123 dated the 2nd April’2008 as per CCIM norms. They are-

(1) Kaya Chikitsa (Medicine)
(2) Shalya (General Surgery)
(3) Shalakya (ENT & Opthalmology)
(4) Sanskrit, Samhita and Siddhanta (Basic Principles)
(5) Prasuti Tantra & Striroga (Obstetrics & Gynaecology)
(6) Bala Roga (Pediatrics)
(7) Pancakarma (Physiotherapy)
(8) Swasthavritta (Preventive & Social Medicine)
(9) Dravyaguna (Pharmacology)
(10) Rasashastra & Bhaisajya Kalpana (Rejuvenative & Pharmaceutical Science)
(11) Agada tantra & Vidhi Shastra (Toxicology & Forensic Medicine)
(12) Roga Nidan & Vikriti Vigyan (Dignostic & Pathological Science)
(13) Rachana Sarir (Anatomy)
(14) Kriya Sarir (Physiology)

For more details Please! Refer the Website: Click Here
Best Wishes From www.scientiaeducare.com
Helping you choose a successful career….