Home assam education যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়

যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়

1558
0

 

ScientiaEducare

যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়

 

যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় অসম চৰকাৰৰ দ্বাৰা ১৯৬০ চনত প্ৰতিষ্ঠা কৰা হয়। ইয়াত (২০১২ চনৰ মতে) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত মেকানিকেল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইন্সট্ৰুমেন্টেশ্যন ইঞ্জিনিয়াৰিং আৰু চিভিল ইঞ্জিনিয়াৰিং -অৰ স্নাতক পৰ্য্যায়ৰ আৰু আৰু মাষ্টাৰ অৱ কম্পিউটাৰ এপ্লিকেশ্যন (MCA) -অৰ পাঠ্যক্ৰম প্ৰদান কৰা হয়। মহাবিদ্যালয়খন আৰু ইয়াৰ পাঠ্যক্ৰমসমূহ AICTE (All India Council of Technical Education) -অৰ মান্যতাপ্ৰাপ্ত।
স্থাপিত ১৯৬০,ধৰণ ৰাজহুৱা/চৰকাৰী,অধ্যক্ষ ড০ ৰীতা শৰ্মা,স্থান জে ই চি পথ, গড়মূৰ, যোৰহাট, অসম,চৌহদ চহৰাঞ্চল,চমু নাম জে ই চি (JEC),ভুক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়।।

শিক্ষা:

স্নাতক পৰ্য্যায়
স্নাতক পৰ্য্যায়ৰ বিষয়সমূহ আৰু শিক্ষাৰ্থীৰ সংখ্যা (২০১২ চন)
বিষয় ক্ষমতা
মেকানিকেল ইঞ্জিনিয়াৰিং ৯০
কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিং ৬০
ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ৬০
ইন্সট্ৰুমেন্টেশ্যন ইঞ্জিনিয়াৰিং ৩০
চিভিল ইঞ্জিনিয়াৰিং ৭৫
স্নাতকোত্তৰ
স্নাতকোত্তৰ পৰ্য্যায়ৰ বিষয়সমূহ আৰূ শিক্ষাৰ্থীৰ সংখ্যা (২০১২ চন)
বিষয় সময় ক্ষমতা
মাষ্টাৰ অৱ কম্পিউটাৰ এপ্লিকেশ্যন (MCA) ৩ বছৰ ৩০
প্ৰডাকশ্যন এণ্ড ইন্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং ২ বছৰ ১৫

For more details Please! Click Here

Best Wishes From www.scientiaeducare.com

Helping you choose a successful career….

Previous articleHaflong Government College
Next articleঅসম অভিযান্ত্ৰিক মহাবিদ্যালয় – Assam Engineering College