Home assam education কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়

2942
0

Scientia5

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (ইংৰাজী: Krishna Kanta Handiqui State Open University) হৈছে অসমৰ গুৱাহাটীত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। ইয়েই হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম আৰু ভাৰতৰ ভিতৰত ১৪তম মুক্ত বিশ্ববিদ্যালয়। অসম বিধানসভাৰ Act XXXVII of 2005 জৰিয়তে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ২০০৫ চনৰ ৭ ছেপ্তেম্বৰত অসমৰ ৰাজ্যপালে এই আইনক সন্মতি প্ৰদান কৰে। ডিচটেন্স এডুকেশ্বন কাউন্সিল (Distance Education Council)য়ে ২০০০৭ চনত আৰু ২০০৯ চনত ইউনিভাৰ্ছিটি গ্ৰাণ্টছ কমিছন (University Grants Commission)য়ে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ক স্বীকৃতি দিয়ে।

মূলমন্ত্ৰ (motto) প্ৰতিবন্ধকতাক নেওচি শিক্ষা (Education Beyond Barriers),স্থাপিত ২০০৬ ধৰণ ৰাজহুৱা, মুক্ত বিশ্ববিদ্যালয়,আচাৰ্য শ্ৰী জানকী বল্লভ পাটনায়ক উপাচাৰ্য শ্ৰীনাথ বৰুৱা ৰেজিষ্ট্ৰাৰ ৰজত বৰণ বৰুৱা প্ৰশাসনিক কৰ্মচাৰী ৮০ (প্ৰশিক্ষকৰ সৈতে) স্থান গুৱাহাটী, অসম, ভাৰত চৌহদ দূৰবৰ্তী / নিয়মিত / অন-লাইন
পাঠ্যক্ৰম ৪২ ভুক্তি UGC , DEC

Director of Schools
School of Professional Studies
School of Science
School of Humanities
School of Social Sciences
Research Scholars

For more details Please! Click Here

Best Wishes From www.scientiaeducare.com

Helping you choose a successful career….