Home assam education
683
0

scientia

কটন মহাবিদ্যালয়

 

কটন কলেজ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মূলমন্ত্ৰ (motto)Apramattena Veddhavyam,স্থাপিত ১৯০১,ধৰণ ৰাজহুৱা,অধ্যক্ষ ড০ নিৰদা দেৱী,স্থান গুৱাহাটী, অসম,, ভাৰত,স্থান গুৱাহাটী, অসম, ভাৰত।
বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰসমূহ

কলা
অসমীয়া বিভাগ
বড়ো বিভাগ
অৰ্থনীতি বিভাগ
শিক্ষাতত্ত্ব বিভাগ
ইংৰাজী বিভাগ
ইছলামিক অধ্যয়ন (পাৰ্ছী আৰু আৰৱী)
বুৰঞ্জী বিভাগ
ৰাজনীতি-বিজ্ঞান বিভাগ
সমাজতত্ত্ব বিভাগ
বাংলা বিভাগ
হিন্দী বিভাগ
দৰ্শন বিভাগ
সংস্কৃত বিভাগ

বিজ্ঞান বিভাগ
ৰসায়ন-বিজ্ঞান বিভাগ
উদ্ভিদ বিজ্ঞান বিভাগ
প্ৰাণী বিজ্ঞান বিভাগ
গণিত বিভাগ
পদাৰ্থ-বিজ্ঞান বিভাগ
পৰিসংখ্যা বিভাগ
ভূতত্ব বিজ্ঞান বিভাগ
নৃতত্ত্ব বিভাগ
কম্পিউটাৰ বিজ্ঞান বিভাগ

For more details Please! Click Here

Best Wishes From www.scientiaeducare.com

Helping you choose a successful career….